Top latest Five Assamese synonyms Urban news

অক্ষত, নিখুঁত, নিঘুণী, নিদাগ, সৰ্বাংগসুন্দৰ৷

অধোগামী, অধোনমিত, অধঃপতিত, অৱনমিত, নিম্নগামী৷

কেপ্‌কে‍পনি‍, গোৰ্‌গোৰণি‍, চেল্‌বে‍লনি‍, টোহটোহনি‍,  পেৰ্‌পে‍ৰণি‍, পেল্‌পে‍লনি‍, বিৰ্‌বি‍ৰণি‍, বেল্‌বে‍লনি‍, ভোটভোটনি‍, ভোৰ্‌ভোৰণি‍, লেব্‌লে‍বনি‍৷

অৱনতি, অধোগতি, অধোগমন, অধোনমন, অৱনমন, নিম্নগমন, নিম্নগতি৷

অজিহ্ব, কটুৰৱ, কৃত্যালয়, দাদুৰ, দৰ্দুৰ, প্লৱ, প্লৱংগ, প্লৱংগম, প্লৱগ, বৃষ্টিভূ, বেং, বৰ্ষাঘোষ, বৰ্ষাভূ, বৰ্ষামদ, ভেক, ভেকুলী, ভেকোলা, মণ্ডুক, শালুৰ৷

জৰদগৱ, প্রৱীণ, প্ৰৌঢ়, বয়োবৃদ্ধ, বুঢ়া, বৃদ্ধ, বৰ্ষিষ্ঠ, বৰ্ষীয়ান৷

কপটালি, কাৰ্পট্য, কুষাৰি, কৈতৱ, ব্যাজ৷ অনাৰ্জৱ, বিনীয়, ভণ্ডামি৷

(iii) To take up the exercising of figuring out the respective castes/communities/ sub-castes/ synonyms during the Central List of OBCs and classifying them into their respective sub-types.

অংগত্ৰাণ, অংগত্ৰ, উৰশ্ছদ, উৰস্ত্ৰ, উৰস্ত্ৰাণ, কঞ্চু, কঞ্চুক, কংকট, কংকটক, click here কাচনি, খোলক, তনুত্ৰ, তনুবাৰ, তনুত্ৰাণ, তনুচ্ছদ, নিচুলক, বৰ্ম, বৰূথ, বক্ষত্ৰাণ, সন্নাহ৷

অবশ, অবাধ্য, আবৰী, উচ্ছৃংখল, উদ্দাম, নিয়ম নমনা৷

অগনি-কালিকা, অগ্নি-স্ফুলিংগ, অগ্নিকণা, অগ্নিকলাই, স্ফুলিংগ৷

অচলা, অদিতি, অদ্ৰিকীলা, অনন্তা, অব্ধিদ্বীপা, অৱনী, আদিমা, আদ্যা, ইড়া, ইড়িকা, ইলা, ইলিকা, ইহলোক, ইৰা, উদধিবস্ত্ৰা, উৰ্বী, উৰ্বৰা, কাশ্যপী, কু, ক্ষমা, ক্ষিতি, ক্ষিতিজ, ক্ষৌণী, গিৰিকর্ণিকা, গো, গোত্ৰা, জগৎ, জ্যা, দোহিনী, দ্বিৰা, ধাৰয়িত্ৰী, ধৰণী, ধৰা, ধৰাতল, নিশ্চলা, নৰলোক, পৃথিৱী, পৃথ্বী, বসুধা, বসুন্ধৰা, বসুমতী, বিশ্ব, বীজপ্রসূ, বৰা, ভুৱন, ভূ, ভূতল, ভূমি, ভূলোক, ভূৰ, মনুষ্যলোক, মহী, মেদিনী, মৰ্ত্য, শ্যামা, সপ্তদ্বীপা, সমুদ্ৰমেখলা, সৰ্বংসহা, ৰত্নগৰ্ভা, ৰত্নাৱতী, ৰসা৷

আত্মবিস্মৃত, তন্ময়, নিবিষ্ট, বিভোৰ, বিভোল, মচগুল৷

অভ্যৱহাৰ, অভ্যৱহৰণ, অশন, আশ, খাদন, খাৱন, খোৱা, গ্ৰসন, গ্ৰাসকৰণ, নিগৰণ, প্রত্যৱসান, প্ৰাশ, প্ৰাশন, ভক্ষণ, ভুক্তি, ভোজন, সেৱন৷

Leave a Reply

Your email address will not be published. Required fields are marked *